# Terms & Conditions
আমাৰ Online Computer Course-ত নামভৰ্তি কৰাৰ আগতে অনুগ্ৰহ কৰি তলত দিয়া সকলো নিয়ম আৰু চৰ্ত ভালদৰে পঢ়ক। Course-ত Registration সম্পূৰ্ণ কৰাৰ লগে লগে আপুনি এই সকলো নিয়ম মানি লোৱাৰ বাবে সন্মতি জনোৱা বুলি ধৰা হ'ব।
## 1. Online Course সম্পৰ্কে
* এই Course সম্পূৰ্ণৰূপে Online মাধ্যমত প্ৰদান কৰা হয়।
* Student-এ নিজৰ সুবিধামতে Video Lecture চাই আৰু PDF Notes পঢ়ি শিকিব লাগিব।
* Course সফলভাৱে সম্পূৰ্ণ কৰিবলৈ নিয়মিত Practice কৰাটো অত্যন্ত জৰুৰী।
## 2. Computer Practice
* Course-টো কৰাৰ সময়ত Student-ৰ ওচৰত Computer বা Laptop থকাটো বাঞ্ছনীয়।
* কেৱল Video চাই থাকিলেই যথেষ্ট নহয়। শিকা বিষয়সমূহ Computer-ত নিজে Practice কৰিব লাগিব।
* নিয়মিত Practice নকৰিলে Course-ৰ সম্পূৰ্ণ লাভ পোৱা সম্ভৱ নহ'ব।
## 3. Examination Rules
* পৰীক্ষা Student-এ সম্পূৰ্ণ নিজে দিব লাগিব।
* পৰীক্ষাৰ সময়ত আন কোনো ব্যক্তিৰ সহায় লোৱা সম্পূৰ্ণ নিষিদ্ধ।
* কোনো ধৰণৰ Cheat, Copy, Screen Sharing বা অন্যায় উপায় ব্যৱহাৰ কৰিলে Certificate বাতিল হ'ব পাৰে।
* Website Administration-এ যিকোনো সন্দেহজনক Exam Result বাতিল কৰাৰ সম্পূৰ্ণ অধিকাৰ সংৰক্ষণ কৰে।
## 4. Self Learning Policy
* এই Course Self Learning ভিত্তিক।
* Student-এ Video Lecture মনোযোগে চাব, PDF Notes পঢ়িব আৰু নিজে Practice কৰি শিকিব।
* Course-ত সফলতা Student-ৰ নিজৰ অধ্যয়ন আৰু Practice-ৰ ওপৰত নিৰ্ভৰ কৰে।
## 5. Certificate
* Course-ৰ সকলো নিৰ্ধাৰিত নিয়ম মানি সফলভাৱে Exam Pass কৰাৰ পিছতহে Certificate প্ৰদান কৰা হ'ব।
* ভুল তথ্য দি Registration কৰিলে Certificate বাতিল হ'ব পাৰে।
## 6. Study Materials
* Course-ৰ Video, PDF, Notes আৰু অন্যান্য সকলো Study Materials কেৱল ব্যক্তিগত শিক্ষাৰ বাবে।
* এইবোৰ Copy, Download, Sell, Share বা অন্য Website/Social Media-ত প্ৰকাশ কৰাটো সম্পূৰ্ণ নিষিদ্ধ।
## 7. Website Rights
* Website Administration-এ যিকোনো সময়ত Course, Rules, Fees, Exam System বা Terms & Conditions সলনি কৰাৰ অধিকাৰ সংৰক্ষণ কৰে।
* নিয়ম ভংগ কৰা User-ৰ Account যিকোনো সময়ত Suspend বা Cancel কৰা হ'ব পাৰে।
## 8. User Agreement
Course-ত Registration কৰাৰ দ্বাৰা আপুনি ওপৰৰ সকলো Terms & Conditions পঢ়ি, বুজি আৰু মানি লোৱাৰ বাবে সন্মতি জনাইছে।
## 9. Computer Requirement
* Course-টো সঠিকভাৱে শিকিবলৈ Student-ৰ ঘৰত Computer বা Laptop থকাটো বাধ্যতামূলক।
* এই Course কেৱল Video চাই সম্পূৰ্ণ কৰিব নোৱাৰি। Video-ত শিকোৱা বিষয়সমূহ Computer-ত নিজে Practice কৰিব লাগিব।
* যিসকল Student-ৰ ঘৰত Computer বা Laptop নাই, তেওঁলোকৰ বাবে এই Course উপযুক্ত নহ'ব পাৰে।
