CCA (Certificate in Computer Application) – Course Details

CCA হ’ল কম্পিউটাৰ শিক্ষাৰ একেবাৰে প্ৰাথমিক আৰু অতি প্ৰয়োজনীয় এটা ছৰ্ট-টাৰ্ম (Short-term) ক'ৰ্চ। আপুনি যদি কম্পিউটাৰ জগতখনত একেবাৰে নতুন আৰু অতি কম সময়ৰ ভিতৰত কম্পিউটাৰৰ মৌলিক জ্ঞানখিনি আয়ত্ত কৰিব বিচাৰে, তেন্তে এই ক'ৰ্চটো আপোনাৰ বাবে উপযুক্ত।

10,000 + Student Completed Our Basic Computer Course Last Month

📌 ক'ৰ্চৰ চমু আভাস (Course Overview):

    · ক'ৰ্চৰ নাম: Certificate in Computer Application (CCA)
    · সময়সীমা (Duration): 3 মাহ (3 Months)
    · শিক্ষাৰ মাধ্যম (Medium): অসমীয়া আৰু ইংৰাজী (Assamese & English)
    · যোগ্যতা (Eligibility): নূন্যতম ষষ্ঠ শ্ৰেণীৰ পৰা আৰম্ভ কৰি সকলোৱে পাৰিব ।

📘 এই ক'ৰ্চটোত কি কি শিকোৱা হ’ব? (Detailed Syllabus)

CCA ক'ৰ্চটোৰ ভিতৰত কম্পিউটাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ Basic টপিকসমূহ সামৰি লোৱা হৈছে:-

    Computer Fundamentals: 
    কম্পিউটাৰ কি আৰু ই কেনেকৈ কাম কৰে?
    · Hardware, Software, Input & Output Devices ৰ পৰিচয়।
    · Windows Operating System ৰ ব্যৱহাৰ (Files, Folders, Settings)।

2. Accessories Applications:

    · MS Paint, Notepad, আৰু WordPad ৰ ব্যৱহাৰ।

3. Microsoft Office Suite (Basic):-

    · MS Word: Document টাইপ কৰা, Application/Letter লিখা, Formatting আৰু Page Setup।

    · MS Excel: Basic Spreadsheet তৈয়াৰ কৰা, যোগ-বিয়োগ-পূৰণ-হৰণৰ Formula আৰু Marksheet ডিজাইন।

    · MS Power Point: সৰু-সুৰা Presentation বা Slide তৈয়াৰ কৰা।

4. Internet & Social Media Basics:-

    · Web Browser ৰ ব্যৱহাৰ আৰু Google Search কৰা।

    · Email Account সৃষ্টি কৰা, Mail পঠোৱা আৰু Receive কৰা।

    · গুৰুত্বপূৰ্ণ চৰকাৰী ৱেবছাইট আৰু অনলাইন ফৰ্ম ফিলাপৰ সৰল ধাৰণা।

✨এই ক'ৰ্চটোৰ বিশেষত্ব আৰু লাভসমূহ (Key Features):

🌟 সহজ অসমীয়া ভাষাত Video Lectures: জটিল বিষয়বোৰো আপোনাৰ চিনাকি ভাষাত সহজকৈ বুজাই দিয়া হৈছে।

    📄 Free PDF Study Materials: প্ৰতিটো অধ্যায়ৰ গুৰুত্বপূৰ্ণ Notes (PDF আকারে) সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব।

    💻 Online Exam: ক'ৰ্চ সম্পূৰ্ণ হোৱাৰ পিছত অনলাইন মূল্যায়নৰ ব্যৱস্থা।

    🎓 Valid Certificate Provided: পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত আপোনাক এটা চৰকাৰী/বেচৰকাৰী কামত ব্যৱহাৰ কৰিব পৰা ভেলিড চাৰ্টিফিকেট প্ৰদান কৰা হ'ব, যিটো আমাৰ ৱেবছাইটৰ জৰিয়তে Online Verify কৰিব পৰা যাব।

    💼 এই ক'ৰ্চটো কৰাৰ পিছত কেনেধৰণৰ চাকৰি পাব পাৰি?

CCA ক'ৰ্চটো সম্পূৰ্ণ কৰাৰ পিছত আপুনি বিভিন্ন অফিচ বা প্ৰতিষ্ঠানত তলত দিয়া পদসমূহৰ বাবে সাজু হ'ব পাৰিব:

    · Office Assistant (BASIC)
    · Data Entry Operator
    · Computer Assistant in Private Shops/Schools
    · Front Desk / Receptionist

🚀 এতিয়াই নামভৰ্তি কৰক!



FAQs--- ?????

Q) এই Course টো Free নে?
A: এই Course টো Free নহয়, Course টো Enroll কৰাৰ সময়ত 100 Rupees Payment এটা কৰিব লাগিব আৰু Course টো Complete হোৱাৰ পাছত Certificate খন Download কৰিব বাবেও সৰু Amount এটা Payment কৰিব লাগিব ।

Q) Certificate খন মোৰ কামত আহিব নে?
A: নিশ্চয়, যিহেতু এই Certificate খন ৩ মাহ Computer শিকাৰ পাছতে দিয়া হয়, গতিকে কোনো কামত ৩ মাহৰ আভিগতা থকা Certificate বিচাৰিলে নিশ্চিত ৰূপে দিব পাৰিব।

Q) এই Course টোৰ পাছত ৬ মাহৰ Certificate Course টো কৰিব পাৰিম নে?
A: পাৰিব, যদি Course টো সম্পূৰ্ণ কৰি লগতে ৬ মাহৰ Course টো কৰে তেনেহলে ৬ মাহৰ পৰা ৩ মাহ বিয়োগ কৰা হব আৰু বাকী ৩ মাহ শিকিলে হব। 

Q) CCA Certificate Demo Look?
A:
 এই লিংকটো Click কৰি এখন CCA DEMO Certificate পাব।

Q) How Many Student Admission CCA Course?
A: Last Month Total 150+ Student Admission Completed.

Q) How Many Student Complete CCA Course?
A: Last Month 123 Student Completed her/his Course and Exam.

Q) How Many Student Get Certificate?
A: All Student Get her Certificate.

Q) ইয়াৰ পাছৰ Course টো কেনেকৈ কৰিম?
A: CCA Course টো Complete কৰাৰ পাছতে DCA Course টো Enroll কৰিব পাৰিবা ।

***