অসমীয়া পঞ্জীকা
অসমীযা সংস্কৃতিৰ এক গুৰুত্বপূর্ণ অংশ। এই পঞ্জীকা চন্দ্ৰ আৰু সূৰ্যৰ গতিৰ পৰা মাহ, তিথি, নক্ষত্ৰ, পূৰ্ণিমা, অমাবস্যা আদি উল্লেখ কৰে। শংকৰদেৱৰ সময়ৰ পৰা আজিলৈকে এই পঞ্জীকাৰ ব্যৱহাৰ অসমীয়াৰ দৈনন্দিন জীৱনত গুৰুত্বপূর্ণ। পঞ্জীকা কেৱল এক কেলেণ্ডাৰ নহয়, ই আমাৰ সংস্কৃতি আৰু ধৰ্মীয় পৰম্পৰাৰ অবিচ্ছেদ্য অংশ।

📅 আজি তাৰিখত শিশু লৰা ছোৱালী নাম, জন্ম, মৃত্যু, বিবাহ ইত্যাদি

আপুনি যদি কোনো তথ্যৰ বাবে মেচেজ পাঠাব বিচাৰে, তেন্তে তলত ক্লিক কৰি WhatsAppত মেচেজ পঠিয়াওক।

📩 WhatsAppত মেচেজ পঠিয়াওক

📊 বিশ্বাসযোগ্য অসমীয়া পঞ্জীকা সেৱা

Design by: Sourabh Bora