Basic Computer Course

BCC হল ১ মাহৰ এটা Computer Course এই  Computer Course টো দুই ধৰণে কৰিব পৰা যায়। Online আৰু Offline আৰু Course টো কৰি হোৱাৰ পাছত DA-Institute ৰ ফালৰ পৰা এখন Certificate দিয়া হব। Certificate লবলৈ Exam এটা দিব লাগিব। DA-INSTITUTE হৈছে (GOV of MSME) চৰকাৰি/ ISO & CSC India Registration থকা এটা Computer Institute. 

150 + Student Completed Our Basic Computer Course Last April 2024

---------------------------------------------
Course Module
1. Over View of Compute Parts
2. On/Off Process Desktop Computer
3. Use Mouse and Keyboard
4. Work Folder and Document
5. Paint Application Use
6. Use Word-processing Software
7. Most Useful Tips and Trick
8. Internet use and Connectivity
---------------------------------------------

Online Course টো কৰিবলৈ কোনো ধৰণৰ Fees দিব নালাগে, কিন্ত 45 টকা Admission Fees দিব লাগিব। Course টো কৰিবলৈ নিজৰ এটা কম্পিউটাৰ আৰু ইনটাৰনেট সংযোগ থাকিব লাগিব। আমাৰ ফালৰ পৰা বুজিবলৈ Video আৰু পঢ়িবলৈ Theory কৰণে PDF Link দিয়া থকিব। Course টোৰ সম্পূৰ্ণ কৰা পাছত এটা পৰিক্ষা দি Certificate পদান কৰা হব।

Offline Course টো কৰিবলৈ আমাৰ Computer Institute টোত সপ্তাহত তিনি দিন কৈ আহিব লাগিব আৰু  Fees দিব লাগিব। Course টোৰ সম্পূৰ্ণ কৰা পাছত এটা পৰিক্ষা দি Certificate পদান কৰা হব।

----- STEP - 1 -----

Pay Now

----- STEP - 2 -----

Apply Now

----- STEP - 3 -----

Start Course



Online Course টোৰ নিয়ম সমূহ----

Apply কৰা আগতে 45 টকা Verification Fees এটা দিব লাগিব আৰু ইয়াৰ পাছত Apply কৰিব পাৰিব।

Apply কৰোঁতে প্ৰয়োজন হোৱা Documents বোৰ
    ১) Aadhar Card Number
    ২) নিজৰ বা ঘৰৰ এটা Mobile Number
    ৩) Pay কৰোঁতে পোৱা Transaction Number

এটা Module ৰ Video সম্পূৰ্ণ চোৱাৰ পাছত আৰু PDF টো পঢ়াৰ পাছত Exam দিব লাগিব। 
Exam Pass কৰা পাছত, তাৰ পাছৰ Module টোৰ Video আৰু PDF টো পঢ়িব পাৰিব এনেকে কৰি গোটেই কেইটা Module সম্পূৰ্ণ কৰিব লাগিব।


FAQs--- ?????

Q) এই Course টো Free নে?
A: হয়, এই Course টো Free হয়, কিন্ত Verification Fees Only 45 টকা Online দিব লাগে।

Q) Certificate খন মোৰ কামত আহিব নে?
A: নিশ্চয়, যিহেতু এই Certificate খন ১ মাহ Computer শিকাৰ পাছতে দিয়া হয়, গতিকে কোনো কামত ১ মহা আভিগতা থকা Certificate বিচাৰিলে নিশ্চিত ৰূপে দিব পাৰিব।

Q) এই Course টোৰ পাছত ৩ মাহৰ Certificate Course টো কৰিব পাৰিম নে?
A: পাৰিব, যদি Course টো সম্পূৰ্ণ কৰি লগতে ৩ মাহৰ Course টো কৰে তেনেহলে ৩ মাহৰ পৰা ১ মাহ বিয়োগ কৰা হব আৰু বাকী ২ মাহ শিকিলে হব। কিন্তু Course টো কেৱল আমাৰ ইয়াত Offline Admission লৈ কৰিব পাৰিব।

Q) BCC Certificate Demo Look?
A:
এই লিংকটো Click কৰি এখন BCC DEMO Certificate পাব।

Q) How Many Student Admission BCC Course?
A: Last April Month Total 150+ Student Admission Completed.

Q) How Many Student Complete BCC Course?
A: Last April Month 123 Student Completed her/his Course and Exam.

Q) How Many Student Get Certificate?
A: All Student Get her Certificate.

Q) ইয়াৰ পাছৰ Course টো কেনেকৈ কৰিম?
A: ইয়াৰ পাছৰ Course টো ৩ মাহৰ হয় আৰু এই Course টোৰ বিষয়ে জানিবলৈ এই লিংক টো Click কৰা। 3 Month CCA Course (DA-Institute)


********