1 Month BCC Course


BCC Full Form: Basic Computer Course

1 Month BCC Course: ১ মাহত কম্পিউটাৰ শিকা।

1 Month BCC Course লবৰ বাবে আপুনি নিয়ম কেইটামান মানিব লাগিব নিয়ম সমূহ হলঃ-

    প্ৰথম নিয়মঃ- আপোনি 1 Month BCC Course লবৰ বাবে 1 Month BCC Apply Form খন Apply কৰিব লাগিব।

    দ্বিতীয় নিয়মঃ-   299 Rupees Payment কৰিব লাগিব।

    তৃতীয় নিয়মঃ- Payment কৰাৰ পাছত আমি এখন Formৰ Link দিম খেই Form খন Apply কৰিব লাগিব।

    চতুৰ্থ নিয়মঃ- আপোনাক Link এটা দিম আপোনি সেই Linkটোৰ ভিতৰত সোমাই আপোনি Exam 20 টা দিব লাগিব।

    পঞ্চম নিয়মঃ- সেই ২০ টা পৰিক্ষাৰ ভিতৰত Test Exam কেইটা 25 ভিতৰত 25 নেপেৱালৈ দি থাকিব লাগিব।

    ষষ্ঠ নিয়মঃ- তাৰ পাছত Final Exam কেইটা মাত্ৰ এবাৰহে দিব পাৰিব।

    সপ্তম নিয়মঃ- গোটেই কেইটা Exam দিয়াৰ পাছত দুদিনৰ ভিতৰত  Certificate খন পাব।



Apply Form