7 Day Online BCC Course




BCC Course (Basic Computer Course)

Exam Board DA-Institute.com 

Duration 1 Month Only

Admission Fees 299 Only

Class: No

Exam: MCQs Base

Syllabus: Total Exam 4 and Module 16


Course Exam Design 


এই Exam টো Pass কৰিবলৈ নিয়ম সমূহ হৈছে যে—

Exam টো দিয়া আৰম্ভণিতে শুদ্ধকৈ User ID আৰু Password দিব লাগিব।

এটা Module ৰ 4 টা Test Exam আৰু এটা Final  Exam হয়, Test Exam সমূহৰ প্ৰটিটোৰে 25 টাকৈ Question থাকে আৰু প্ৰটিটোৰে  1 নম্বৰ কৈ থাকে। এনেকৈ মুঠ 4 ‘টা Module থাকে।

Test Exam সমূহ পাছ কৰিবলৈ 25 ভিতৰত 25 পাব লাগিব আৰু 25 ভিতৰত 25 নোপোৱালৈকে বাৰে বাৰে এটা Exam দি থাকিব লাগিব। আৰু Final Exam সমূহ কেৱল এবাৰ হে দিয়া সুবিধা থাকিব। 

এনেকৈয়ে বাকী কেইটা Module সম্পূৰ্ণ কৰিব লাগিব। 

সম্পূৰ্ণ হোৱা পাছত Final Exam ৰ ওপৰত ভিত্তি কৰি Grade দিয়া হ’ব।

গোটেই কেইটা Exam সম্পূৰ্ণ কৰা দুদিনৰ ভিতৰত Certificate Download কৰি ল’ব পাৰিব।



Form Link